সন্ত ৰামপাল গুৰু মহাৰাজৰ সংক্ষিপ্ত জীৱনী | Who is Sant Rampal Ji in Assamese | BKPK VIDEO
সন্ত ৰামপাল গুৰু মহাৰাজৰ জন্ম হৈছিল ১৯৫১ চনৰ ৮ ছেপ্টেম্বৰ তাৰিখে হাৰিয়ানা ৰ সোনীপত জিলাত, ধনানা গাওঁৰ এটা কৃষকৰ পৰিয়ালত । পঢ়া শেষ কৰাৰ পিছত, তেওঁ হাৰিয়ানা প্ৰদেশৰ জলসিঞ্চন বিভাগত কনিষ্ঠ অভিযন্তা হিচাপে প্ৰায় ১৮ বছৰ কাম কৰিছিল। ১৯৮৮ চনত পৰম সন্ত ৰামদেৱানন্দ মহাৰাজ ৰ পৰা দীক্ষা লাভ কৰি নিজৰ শৰীৰ আৰু মনৰ সৈতে সক্ৰিয় হৈ পৰে আৰু স্বামী ৰামদেৱানন্দ মহাৰাজে দিয়া ভক্তি মাৰ্গৰ আধ্যাত্মিক জ্ঞানৰ সাধনা কৰি পৰমাত্মাক সাক্ষাত কৰে।
Read Moreসন্ত ৰামপাল গুৰু মহাৰাজৰ সংক্ষিপ্ত জীৱনী | Who is Sant Rampal Ji in Assamese | BKPK VIDEO